Logically Facts - Assamese(@LF_Assamese) 's Twitter Profileg
Logically Facts - Assamese

@LF_Assamese

An IFCN-certified global & multilingual initiative on a mission to fight online mis/disinformation with facts.

ID:1636682111296872448

linkhttp://logicallyfacts.com/as/ calendar_today17-03-2023 10:53:29

453 Tweets

5 Followers

1 Following

Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

তৰমুজত 'ৰাসায়নিক দ্ৰব্য' মিহলাই থকা এজন লোকক ‘আৰক্ষীয়ে আটক কৰা’ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা স্ক্ৰিপ্টেড ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে। পঢ়ক আমাৰ ফেক্ট-চেক।
loom.ly/N3wRuxo

তৰমুজত 'ৰাসায়নিক দ্ৰব্য' মিহলাই থকা এজন লোকক ‘আৰক্ষীয়ে আটক কৰা’ বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা স্ক্ৰিপ্টেড ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/N3wRuxo
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

ৰাহুল আৰু ছোনিয়া গান্ধীৰ পিছফালে থকা এইখন যীশুখ্ৰীষ্টৰ ছবি নেকি? নহয়, এইখন ৰাছিয়াৰ এজন চিত্ৰশিল্পীয়ে অংকন কৰা 'মেডোনা অৰিফলাম্মা' শীৰ্ষক এখন চিত্ৰ হয়। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/xqc_QyI

এই ভিডিঅ’টোত মল্লিকাৰ্জুন খাৰ্গেই 'কংগ্ৰেছ খতম হৈ গ’ল' বুলি কৈছে নেকি? নহয়, এইটো এটা ক্লিপ কৰা ভিডিঅ’। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/mfF_Clo

এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে বিজেপিক ভোট দিবলৈ আহ্বান জনোৱা দেখা গৈছে নেকি? নহয়, এইটো এটা সম্পাদিত ভিডিঅ’। পঢ়ক আমাৰ ফেক্ট-চেক।loom.ly/2iTMB5E

এই ভিডিঅ’টোত ইৰাণৰ ৰাষ্ট্ৰপতিৰ সন্ধানত তুৰ্কীয়ে চলোৱা অভিযান দেখা গৈছে নেকি? নহয় এইটো পুৰণি ভিডিঅ’। পঢ়ক আমাৰ ফেক্ট-চেক।
loom.ly/kJbPnYo

account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

এই ফটোসমূহত 'ইৰাণৰ ৰাষ্ট্ৰপতি ৰইছিৰ হেলিকপ্টাৰৰ ধ্বংসাৱশেষ' দেখা গৈছে নেকি? নহয়, এইসমূহ পুৰণি আৰু অসংলগ্ন ফটো। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/msJx75I

এই ভিডিঅ’ দুটাত ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আগমুহূৰ্তৰ দৃশ্য দেখা গৈছে নেকি? নহয়, এই দুটা পুৰণি ভিডিঅ’। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/VX-k5go

ৰাহুল গান্ধীয়ে নিৰ্বাচনী ৰেলীত চীনৰ সংবিধান লৈ থকা বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীটো সঁচা নেকি? নহয়, এইটো মিছা দাবী। পঢ়ক আমাৰ ফেক্ট-চেক।
loom.ly/nXa92pc

ৰাহুল গান্ধীয়ে নিৰ্বাচনী ৰেলীত চীনৰ সংবিধান লৈ থকা বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীটো সঁচা নেকি? নহয়, এইটো মিছা দাবী। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/nXa92pc
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

মুম্বাই বিজেপিৰ প্ৰচাৰ কিটত ‘সোণৰ বিস্কুট’ পোৱা গৈছিল নেকি? নহয়, এই ভিডিঅ’টোত সেইয়া প্লাষ্টিকৰ সুগন্ধিৰ বটল হে হয় । loom.ly/XQ_lKnw

account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

ৰাহুল গান্ধীয়ে দৰিদ্ৰ মহিলাসকলক মাহে ১ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল নেকি? নহয়, তেওঁ বছৰত দিব বুলিহে কৈছিল। পঢ়ক আমাৰ ফেক্ট-চেক।
loom.ly/tz0I1OQ

ৰাহুল গান্ধীয়ে দৰিদ্ৰ মহিলাসকলক মাহে ১ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল নেকি? নহয়, তেওঁ বছৰত দিব বুলিহে কৈছিল। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/tz0I1OQ
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

এই ভিডিঅ’টোত আপৰ নেত্ৰী স্বাতী মালিৱালৰ ওপৰত আক্ৰমণ কৰা দেখা গৈছে নেকি? নহয়, এয়া মিছা দাবী। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/ZnuCdAI

চলিত লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী জিকিব বুলি ৰাহুল গান্ধীয়ে কৈছিল নেকি? নহয়, এইটো এটা সম্পাদিত ভিডিঅ’। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/vChlHbE

এটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱলৈ জোটা দলিওৱা হৈছিল বুলি মিছা দাবী কৰা হৈছে। জানিবলৈ পঢ়ক আমাৰ ফেক্ট-চেক।
loom.ly/vpq_Gvs

এটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱলৈ জোটা দলিওৱা হৈছিল বুলি মিছা দাবী কৰা হৈছে। জানিবলৈ পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/vpq_Gvs
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

দেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী এল কে আদৱানীয়ে ৰাহুল গান্ধীক ভাৰতৰ ৰাজনীতিৰ নায়ক বুলি কৈছিল নেকি? নহয়, ভুৱা উক্তি প্ৰচাৰ কৰা হৈছে ।
loom.ly/L9NmtRI

দেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী এল কে আদৱানীয়ে ৰাহুল গান্ধীক ভাৰতৰ ৰাজনীতিৰ নায়ক বুলি কৈছিল নেকি? নহয়, ভুৱা উক্তি প্ৰচাৰ কৰা হৈছে । loom.ly/L9NmtRI
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

ৰাহুল গান্ধীয়ে পূৰ্বৰ দৰে আদানি আৰু আম্বানীৰ বিৰুদ্ধে মাত মতা বন্ধ কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দাবী। কিন্তু এয়া সঁচা নহয়, পঢ়ক আমাৰ ফেক্ট-চেক।
loom.ly/YlpLZYs

ৰাহুল গান্ধীয়ে পূৰ্বৰ দৰে আদানি আৰু আম্বানীৰ বিৰুদ্ধে মাত মতা বন্ধ কৰিলে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দাবী। কিন্তু এয়া সঁচা নহয়, পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/YlpLZYs
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

এই ভিডিঅ’টোত মণিপুৰৰ শেহতীয়া শিলাবৃষ্টিৰ দৃশ্য দেখা গৈছে নেকি? নহয়, এইটো চীনৰ ভিডিঅ’। পঢ়ক আমাৰ ফেক্ট-চেক।
loom.ly/Z5vC7bQ

এই ভিডিঅ’টোত মণিপুৰৰ শেহতীয়া শিলাবৃষ্টিৰ দৃশ্য দেখা গৈছে নেকি? নহয়, এইটো চীনৰ ভিডিঅ’। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/Z5vC7bQ
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

এই ভিডিঅ’টোত চিপিআই (এম)ৰ নেত্ৰী সুভাষিনী আলীয়ে ৰাহুল গান্ধীক সমালোচনা কৰা দেখা গৈছে নেকি? নহয়, ভিডিঅ’টোৰ মহিলা গৰাকী সুভাষিনী আলী নহয়। পঢ়ক আমাৰ ফেক্ট-চেক।
logicallyfacts.com/as/fact-check/…

এই ভিডিঅ’টোত চিপিআই (এম)ৰ নেত্ৰী সুভাষিনী আলীয়ে ৰাহুল গান্ধীক সমালোচনা কৰা দেখা গৈছে নেকি? নহয়, ভিডিঅ’টোৰ মহিলা গৰাকী সুভাষিনী আলী নহয়। পঢ়ক আমাৰ ফেক্ট-চেক। logicallyfacts.com/as/fact-check/…
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

কংগ্ৰেছে চলিত নিৰ্বাচনত '২৭২ গৰাকী প্ৰাৰ্থীয়ে থিয় কৰোৱা নাই' বুলি মোদীয়ে কৰা দাবী সঁচানে? নহয়, মোদীৰ দাবী ভুল, কংগ্ৰেছে অকলেই ৩০০ৰো অধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
loom.ly/HQK2-Qw

কংগ্ৰেছে চলিত নিৰ্বাচনত '২৭২ গৰাকী প্ৰাৰ্থীয়ে থিয় কৰোৱা নাই' বুলি মোদীয়ে কৰা দাবী সঁচানে? নহয়, মোদীৰ দাবী ভুল, কংগ্ৰেছে অকলেই ৩০০ৰো অধিক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। loom.ly/HQK2-Qw
account_circle
Logically Facts - Assamese(@LF_Assamese) 's Twitter Profile Photo

চলিত লোকসভা নিৰ্বাচনৰ মাজতে ডিমা হাচাওৰ এটা ভোককেন্দ্ৰত ভোটদানত অনিয়ম সংঘটিত হৈছিল নেকি? নহয়, এইটো ২০২১ চনৰ ঘটনা। পঢ়ক আমাৰ ফেক্ট-চেক। loom.ly/eAcKALY