PIB in Assam(@PIB_Guwahati) 's Twitter Profileg
PIB in Assam

@PIB_Guwahati

Official Twitter account of Press Information Bureau, Government of India, Guwahati, Assam.

ID:1218115722

linkhttps://pib.gov.in/ calendar_today25-02-2013 11:34:24

58,2K Tweets

23,6K Followers

162 Following

PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

সাধাৰণ নিৰ্বাচন ২০২৪-ৰ চতুৰ্থ পৰ্যায়ত ৬৯.১৬% ভোটদানৰ হাৰ নথিভুক্ত কৰা হৈছে

সবিশেষ: pib.gov.in/PressReleasePa…

Election Commission of India DD News Assamese

account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

কাঁন চলচ্চিত্ৰ মহোৎসৱত ভাৰত পৰ্ব উদযাপনে কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰে

বিশ্বজুৰি মঞ্চত ভাৰতীয় সংস্কৃতি, ৰন্ধনপ্ৰণালী আৰু চলচ্চিত্ৰ প্ৰদৰ্শন কৰা সন্ধিয়াটোত ২৫০ ৰো অধিক প্ৰতিনিধি উপস্থিত থাকে

সবিশেষ: pib.gov.in/PressReleasePa…

কাঁন চলচ্চিত্ৰ মহোৎসৱত ভাৰত পৰ্ব উদযাপনে কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰে বিশ্বজুৰি মঞ্চত ভাৰতীয় সংস্কৃতি, ৰন্ধনপ্ৰণালী আৰু চলচ্চিত্ৰ প্ৰদৰ্শন কৰা সন্ধিয়াটোত ২৫০ ৰো অধিক প্ৰতিনিধি উপস্থিত থাকে সবিশেষ: pib.gov.in/PressReleasePa… #IndiaAtCannes #Cannes2024
account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

৭৭ সংখ্যক -ত -ৰ উল্লেখ কৰি অভিনেত্ৰী মিতা বশিষ্ঠই কয় যে ইয়াৰ অংশ হোৱাটো আশ্চৰ্যজনক

ই এটা মহান মুহূৰ্ত। আমি যোৱা বছৰ এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰি আছিলোঁ আৰু এই বছৰ আমি কাঁনত থাকিম বুলি নাজানিছিলোঁ বুলি অভিনেত্ৰীগৰাকীয়ে কয়

account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

গোৱাত অনুষ্ঠিত হ'বলগীয়া ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) আনুষ্ঠানিক পোষ্টাৰ আজি ৭৭ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱত Ministry of Information and Broadcasting-ৰ সচিব সঞ্জয় জাজু আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হয়

গোৱাত অনুষ্ঠিত হ'বলগীয়া ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) আনুষ্ঠানিক পোষ্টাৰ আজি ৭৭ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱত @MIB_India-ৰ সচিব সঞ্জয় জাজু আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হয় #IndiaAtCannes #Cannes2024 #IFFI
account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

৭৭ সংখ্যক -ত -ৰ সৌন্দৰ্য্যৰ মাজত নিজকে বিলীন কৰোঁ আহক, য'ত পৰম্পৰাই উদ্ভাৱনক আকোঁৱালি লৈছে! 🎞️

ভাৰত পেভিলিয়নৰ ডিজাইনে ভাৰতৰ স্পন্দনশীল সংস্কৃতিক সন্মান জনাইছে। ইয়াত আধুনিক সুন্দৰতাৰ সৈতে প্ৰাচীন অভিজ্ঞতাৰ সংমিশ্ৰণ ঘটিছে।📸

৭৭ সংখ্যক #CannesFilmFestival-ত #BharatPavilion-ৰ সৌন্দৰ্য্যৰ মাজত নিজকে বিলীন কৰোঁ আহক, য'ত পৰম্পৰাই উদ্ভাৱনক আকোঁৱালি লৈছে! 🎞️ ভাৰত পেভিলিয়নৰ ডিজাইনে ভাৰতৰ স্পন্দনশীল সংস্কৃতিক সন্মান জনাইছে। ইয়াত আধুনিক সুন্দৰতাৰ সৈতে প্ৰাচীন অভিজ্ঞতাৰ সংমিশ্ৰণ ঘটিছে।📸 #Cannes2024
account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

কাঁন ২০২৪-ত -ৰ প্ৰথম দিনা একাধিক উৎসাহী দৰ্শনাৰ্থী সমবেত আৰু আকৰ্ষণীয় অধিবেশন অনুষ্ঠিত হয়। যিয়ে সৃজনীশীলতা আৰু সহযোগিতাৰ মনোভাৱৰ উন্মেষ ঘটায়✨

NFDC India Ministry of Information and Broadcasting

account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

আজি অসমৰ ৰাজ ভৱনত ছিকিমৰ ৪৯ সংখ্যক ৰাজ্য দিৱস উদযাপন কৰা হয়

চাও আহক অনুষ্ঠানটোৰ কেইখনমান আলোকচিত্ৰ-


Gulab Chand Kataria DIPR Assam DD News Assamese

আজি অসমৰ ৰাজ ভৱনত ছিকিমৰ ৪৯ সংখ্যক ৰাজ্য দিৱস উদযাপন কৰা হয় চাও আহক অনুষ্ঠানটোৰ কেইখনমান আলোকচিত্ৰ- #SikkimFoundationDay @Gulab_kataria @diprassam @ddnews_guwahati
account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (এমড'নাৰ)-এ স্বচ্ছতা পখৱাড়া আৰম্ভ কৰিছে

সবিশেষ: pib.gov.in/PressReleasePa…

MDoNER India

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (এমড'নাৰ)-এ স্বচ্ছতা পখৱাড়া আৰম্ভ কৰিছে সবিশেষ: pib.gov.in/PressReleasePa… @MDoNER_India
account_circle
PIB in Assam(@PIB_Guwahati) 's Twitter Profile Photo

৭৭ সংখ্যক -ত -ৰ উজ্জ্বল আলোকচিত্ৰ চাওক🎞️📸

এই পেভিলিয়নে ইয়াৰ সমৃদ্ধ চলচ্চিত্ৰ ঐতিহ্য প্ৰদৰ্শন আৰু বিশ্বব্যাপী চলচ্চিত্ৰ ভ্ৰাতৃত্ববোধৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক চিহ্নিত কৰে

৭৭ সংখ্যক #CannesFilmFestival-ত #BharatPavilion-ৰ উজ্জ্বল আলোকচিত্ৰ চাওক🎞️📸 এই পেভিলিয়নে ইয়াৰ সমৃদ্ধ চলচ্চিত্ৰ ঐতিহ্য প্ৰদৰ্শন আৰু বিশ্বব্যাপী চলচ্চিত্ৰ ভ্ৰাতৃত্ববোধৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক চিহ্নিত কৰে #IndiaAtCannes
account_circle