Ripa Saikia(@RipaSaikia) 's Twitter Profileg
Ripa Saikia

@RipaSaikia

Writer | Lyricist
positive Thinker.

ID:865557652016738306

calendar_today19-05-2017 13:20:00

13,2K Tweets

11,4K Followers

1,9K Following

Ripa Saikia(@RipaSaikia) 's Twitter Profile Photo

Urgent Blood required
Patient name -Mousumi changmai
0+ve
Admitted -AMCH.Dibrugarh
Phn no.9395757280
Please help her 🙏

account_circle
Ripa Saikia(@RipaSaikia) 's Twitter Profile Photo

সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।নিৰাশা বোৰ আতৰি সকলোৰে আশাবোৰ পুৰণ কৰক ভগৱানে তাৰেই কামনাৰে ।
Happy New year..2024.

সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।নিৰাশা বোৰ আতৰি সকলোৰে আশাবোৰ পুৰণ কৰক ভগৱানে তাৰেই কামনাৰে । Happy New year..2024.
account_circle
Ripa Saikia(@RipaSaikia) 's Twitter Profile Photo

সকলোলৈকে পবিত্ৰ দীপাৱলীৰ শুভেচ্ছা জনালোঁ।

সকলোলৈকে পবিত্ৰ দীপাৱলীৰ শুভেচ্ছা জনালোঁ।
account_circle
Ripa Saikia(@RipaSaikia) 's Twitter Profile Photo

Yaa Devi Sarva Bhuteshu Shanti Roopen
Samsthita.Namas Tasyai Namas Namo
Namah.
A Very Happy Durga Ashtami to you and your family.শুভ মহাষ্টমী।

Yaa Devi Sarva Bhuteshu Shanti Roopen Samsthita.Namas Tasyai Namas Namo Namah. A Very Happy Durga Ashtami to you and your family.শুভ মহাষ্টমী।
account_circle
Ripa Saikia(@RipaSaikia) 's Twitter Profile Photo

ঠিকেই কৈছে। কিন্তু আজি কালি নিজৰটোহে চিনি পায়।
কেনেকৈ সাত-পুৰুষ'লৈ গোটাই ল'ব পাৰে সেইটো হে চিন্তা কৰে।

account_circle
Ripa Saikia(@RipaSaikia) 's Twitter Profile Photo


স্বাগতম ব'হাগ
কৃষ্টি, সংস্কৃতিৰ পথাৰত জীৱনৰ ৰং দিয়া ব'হাগ
নাঙঠ গছত সুগন্ধি বিলোৱা কপৌফুলৰ ব'হাগ
হেৰুৱা দিনৰ স্মৃতিৰ পাতত বিলীন হোৱা ব'হাগ
কুলিৰ মাতত যৌৱনৰ ৰং দিয়া ব'হাগ
পুৰণিক পাহৰি নতুনক আদৰাৰ ব'হাগ
টুইটাৰ পৰিয়ালৰ সকলোলৈ অসমীয়াৰ নতুন
বছৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ

account_circle