Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


ধেমাজি আৰক্ষীৰ অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত। আজি ইংৰাজী ২৩.০৫.২০২৪ তাৰিখে গোগামুখ আৰক্ষী‌য়ে অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। Chief Minister Assam
Assam Police DGP Assam
GP Singh Hardi Singh

#জনহিতজনসেৱাৰ্থে
ধেমাজি আৰক্ষীৰ অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত। আজি ইংৰাজী ২৩.০৫.২০২৪ তাৰিখে গোগামুখ আৰক্ষী‌য়ে  অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা জব্দ  কৰিবলৈ সক্ষম হয়। @CMOfficeAssam
@assampolice @DGPAssamPolice 
@gpsinghips @HardiSpeaks
account_circle
Ripunjoy Kayastha(@Wisefrog_Rip) 's Twitter Profile Photo

Bogijan Police Stations 'Go Blue' on World Children's Day, in solidarity with Child Rights.

𝐖𝐞 𝐀𝐬𝐬𝐚𝐦 𝐏𝐨𝐥𝐢𝐜𝐞 𝐚𝐫𝐞 𝐚𝐥𝐥 𝐜𝐨𝐦𝐦𝐢𝐭𝐭𝐞𝐝 𝐭𝐨 𝐂𝐡𝐢𝐥𝐝 𝐑𝐢𝐠𝐡𝐭𝐬.




Bogijan Police Stations 'Go Blue' on World Children's Day, in solidarity with Child Rights.

𝐖𝐞 𝐀𝐬𝐬𝐚𝐦 𝐏𝐨𝐥𝐢𝐜𝐞 𝐚𝐫𝐞 𝐚𝐥𝐥 𝐜𝐨𝐦𝐦𝐢𝐭𝐭𝐞𝐝 𝐭𝐨 𝐂𝐡𝐢𝐥𝐝 𝐑𝐢𝐠𝐡𝐭𝐬.

#জনহিতজনসেৱাৰ্থে 
#WorldChildrensDay
#AssamPoliceSishuMitra
#childrenrightweek
account_circle
Munu Bhuyan(@Priyank55612491) 's Twitter Profile Photo

What we should call such a police personnel who raped 15 year old girl. Assam police Motto is জনহিতজনসেৱাৰ্থে JONOHITJON XEWARTHE ( Always at your service). He and his family members should be avoided in Assam. It is very sad how normal people can trust policeman. BBC News Hindi

What we should call such a police personnel who raped 15 year old girl. Assam police Motto is জনহিতজনসেৱাৰ্থে JONOHITJON XEWARTHE ( Always at your service). He and his family members should be avoided in Assam. It is very sad  how normal people can trust policeman. @BBCHindi
account_circle
Assam Police(@assampolice) 's Twitter Profile Photo

জনহিতজনসেৱাৰ্থে

আমি আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।



Sivasagar Police

জনহিতজনসেৱাৰ্থে

আমি আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

#AreaDomination

@SivasagarPol
account_circle
Dhemaji Police(@DhemajiPolice) 's Twitter Profile Photo


ধেমাজী সদৰ থানাৰ আৰক্ষীয়ে যানবাহন আৰক্ষীৰ সহযোগত যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।



Chief Minister Assam Assam Police
DGP Assam GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে
ধেমাজী সদৰ থানাৰ আৰক্ষীয়ে যানবাহন আৰক্ষীৰ সহযোগত যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে  অভিযান অব্যাহত ৰাখিছে।
#Donotdrinkanddrive
#WearHelmetProtectSelf
#FollowTrafficRules
@CMOfficeAssam @assampolice 
@DGPAssamPolice @gpsinghips 
@HardiSpeaks
account_circle
Charaideo Police(@CharaideoPol) 's Twitter Profile Photo


চৰাইদেউ আৰক্ষীয়ে অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি আবকাৰি বিভাগৰ সৈতে যৌথ ভাৱে অভিযান চলাই প্ৰায় ৭২০ লিটাৰ দেশীয় সুৰা ধ্বংস কৰাৰ লগতে কেইবাটাও চুলাই ভাটি ধ্বংস কৰে।

Assam Police
DGP Assam
GP Singh
Hardi Singh

#জনহিতজনসেৱাৰ্থে
চৰাইদেউ আৰক্ষীয়ে অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত ৰাখি আজি আবকাৰি বিভাগৰ সৈতে যৌথ ভাৱে অভিযান চলাই প্ৰায় ৭২০ লিটাৰ দেশীয় সুৰা ধ্বংস কৰাৰ লগতে কেইবাটাও চুলাই ভাটি ধ্বংস কৰে।

@assampolice 
@DGPAssamPolice       
@gpsinghips 
@HardiSpeaks
account_circle