SANTANU ROWMURIA(@santanurowmuria) 's Twitter Profile Photo

ঘৰৰ ভিতৰত ঘৰ,
মনৰ ভিতৰত মন।
সমাজ বধিৰ বাবেই কিজানি
জীৱন কোলাহল।

ঘৰৰ ভিতৰত ঘৰ,
মনৰ ভিতৰত মন।
সমাজ বধিৰ বাবেই কিজানি
জীৱন কোলাহল।
account_circle
SANTANU ROWMURIA(@santanurowmuria) 's Twitter Profile Photo

'দৈনিক অসম'ৰ প্ৰতিষ্ঠা দিৱসত কাকতখনৰ লগত জড়িত সকলোলৈকে শুভকামনা জনালোঁ।

'দৈনিক অসম'ৰ প্ৰতিষ্ঠা দিৱসত কাকতখনৰ লগত জড়িত সকলোলৈকে শুভকামনা জনালোঁ।
account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

'আমি কেতিয়া Progressive হ'ম? সকলোৰে এটা ব্যক্তিগত জীৱন থাকে। পোচাকত লাগি নাথাকি, আহকচোন আমি কাম কৰোঁ।'

জনপ্ৰিয় শিল্পী দীপলিনা ডেকাৰ সৈতে বাৰ্তালাপ।

চাবলৈ নাপাহৰিব - 'দৃষ্টি আৰু যুক্তি'

মঙলবাৰে - নিশা ৮ বজাত
কেৱল ডী ডী অসমত



DD Assam SANTANU ROWMURIA

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

'সুৰৰ দলিচাত কনমানি সপোনৰ অনুভৱ'

জনপ্ৰিয় শিল্পী দীপলিনা ডেকাৰ সৈতে বাৰ্তালাপ

৫ ছেপ্টেম্বৰ, মঙলবাৰে, নিশা ৮ বজাত, কেৱল ডী ডী অসমত।

চাবলৈ নাপাহৰিব 'দৃষ্টি আৰু যুক্তি'



DD Assam
SANTANU ROWMURIA

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

Popular Singer, Music Director 's
musical journey from to Mumbai...

Watch him talking about , in an exclusive interview with on 25th July (Tuesday) at 8pm, in a new episode of

nilotpal bora
SANTANU ROWMURIA
DD Assam

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

Exclusive interview with popular singer, music director , coming soon on 'Drishti aru Jukti: To the POINT' in channel.

Will also be streamed on YouTube and Facebook:
youtube.com/@DDNewsAssamese
facebook.com/rnuddghy

nilotpal bora
SANTANU ROWMURIA

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ডী ডী অসমৰ বিশেষ অনুষ্ঠান ‘দৃষ্টি আৰু যুক্তি’ৰ আজিৰ খণ্ডত ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ মুৰব্বী বিষয়া এয়াৰ মাৰ্শ্বাল এছ পি ধাৰকৰৰ সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰা হ'ব।
DD Assam
SANTANU ROWMURIA

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ডি ডি অসমৰ বিশেষ অনুষ্ঠান দৃষ্টি আৰু যুক্তিত এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ সৈতে হোৱা সাক্ষাত্কাৰ সম্প্ৰচাৰ কৰা হ'ব।
Achurjya Borpatra SANTANU ROWMURIA
DD Assam AIR News Guwahati

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

From 'Majuli' to Mumbai... nilotpal bora's musical journey!

Watch the popular singer, music director, talking about music, importance of PR, use of AI in music, in an exclusive interview with , today at 8PM.
DD Assam
SANTANU ROWMURIA

▶️youtube.com/watch?v=whvraZ…

From 'Majuli' to Mumbai... @nilotpalmusic's  musical journey! 

Watch the popular singer, music director, talking about music, importance of PR, use of AI in music, in an exclusive interview with #DDAssam, today at 8PM.
@DDNorthEast 
@santanurowmuria 

▶️youtube.com/watch?v=whvraZ…
account_circle
SANTANU ROWMURIA(@santanurowmuria) 's Twitter Profile Photo

'স্বৰ্গৰথ'ৰ গান 'মন বন্ধু' এতিয়া আপোনালোকৰ হাতত.. পাৰিলে চাব। লগতে শুনিবও...

AnuraG SaikiA

youtu.be/RXQaGSgthIg?si…

account_circle
SANTANU ROWMURIA(@santanurowmuria) 's Twitter Profile Photo

'মনৰ মাজত মন বন্ধু, ঘৰৰ মাজত ঘৰ।
কোনটো আপোন তোৰ, কোনটো বা পৰ!'

যি দেখিছে কেৱল তাতে বিশ্বাস নকৰিব। যিখিনি নাই দেখা তাত ভৱাতকৈও ডাঙৰ কিবা থাকিব পাৰে!

'স্বৰ্গৰথ' আহি আছে। তাৰ আগেয়ে গান আহি আছে...



youtu.be/9ukGS7amOAM?si…

account_circle