asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

জামুগুৰিহাটৰ হ’লি চাইল্ড ইংলিছ স্কুলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন... asomiyapratidin.in/assam/holy-chi…

account_circle
Rajesh Sharma ।ৰাজেশ শৰ্মা ।રાજેશ શર્મા 🇮🇳(@beingAAPian) 's Twitter Profile Photo

বিজেপিৰ ৮ বছৰীয়া শাসনৰ ইতিহাস প্ৰতাৰণাৰঃ ৰাজ্যৰ বিকাশত হিমন্ত চৰকাৰ চৰম ব্যৰ্থ- আপ, অসম
'ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ'- ৰাজেশ শৰ্মা

asomiyapratidin.in/guwahati-news/…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

যদিওবা মাতৃ পূজাৰ বাবে কোনো নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই । প্ৰতিটো দিনেই প্ৰতিজন সন্তানৰ বাবে মাতৃ দিৱস । মাতৃ দিৱসৰ আজিৰ এই শুভ দিনটোত প্ৰতিগৰাকী মাতৃলৈ জনালো সশ্ৰদ্ধ প্ৰণাম...

#Mothersday2024 #AsomiyaPratidin
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দানঃ উইল সম্পত্তিত ৭শতাংশ ক’ৰ্ট মাচুল অসাংবিধানিক...

asomiyapratidin.in/assam/gauhati-…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

৪দিন ধৰি সন্ধানহীন টিংখাঙৰ ৮বছৰীয়া উমেশ... asomiyapratidin.in/assam/tinsukia…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

UPA ৰ অধীনত সাংবাদিকক কৰিছিল গ্ৰেপ্তাৰঃ অবৈধ আখ্যাৰে উচ্চতম ন্যায়ালয়ে দিলে মুক্তি...

asomiyapratidin.in/national/arres…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

মঞ্চত জুবিনক সাৱটি ধৰি, সেৱা লৈ নিলম্বিত মহিলা গৃহৰক্ষী জোৱান... asomiyapratidin.in/homepage/suspe…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

- আজি বিয়লি গুৱাহাটী পালেহি ৰাজস্থান ৰেয়েলছৰ খেলুৱৈৰ দল।
- বৰঝাৰ বিমান বন্দৰত দলটোক জনালে উষ্ম আদৰণি।
- ১৫ আৰু ১৯ মে'ত আছে ক্ৰমে পঞ্জাৱ আৰু কলকাতাৰে দুখনকৈ মেচ।
cricketaassociation

- আজি বিয়লি গুৱাহাটী পালেহি ৰাজস্থান ৰেয়েলছৰ খেলুৱৈৰ দল।
- বৰঝাৰ বিমান বন্দৰত দলটোক জনালে উষ্ম আদৰণি।
- ১৫ আৰু ১৯ মে'ত আছে ক্ৰমে পঞ্জাৱ আৰু কলকাতাৰে দুখনকৈ মেচ।
#RajasthanRoyals #assamcricketaassociation #ipl #IPL2024 #guwahati #assam #AsomiyaPratidin #RiyanParag #SanjuSamson
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

-নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই

#birubalarabha #AsomiyaPratidin
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

নাগৰিকক অন্ন সংস্থাপন আৰু কর্ম-সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্বঃ নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি asomiyapratidin.in/assam/citizens…

account_circle
Rishi Baruah(@rishi_baruah) 's Twitter Profile Photo

Congress MP Rahul Gandhi speaks exclusively to Pratidin Time at ‘the Conclave 2023’ held at The Ashok in New Delhi. Watch the interview only on Pratidin Time at 7.52pm today!

#RahulGandhi #Conclave2023 #PratidinConclave #Pratidintime #AsomiyaPratidin
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

অন্ত পৰা নাই ভোটগ্ৰহণঃ অমিত শ্বাহে ক'লে চৰকাৰ গঠন কৰিলেই বিজেপিয়ে...

asomiyapratidin.in/lok-sabha-2024…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

ধিঙত ভয়াবহ অগ্নিকাণ্ডঃ জাহ গ'ল কুৰিটা গৃহ... asomiyapratidin.in/assam/nagaon/f…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

-অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত জম্মু কাশ্মীৰত নিৰ্বাচন
-শ্ৰী নগৰত অনুষ্ঠিত হ'ল প্ৰথমটো লোকসভা নিৰ্বাচন

#elections #LokSabhaElection2024 #jammukashmir #srinagar #article370 #AsomiyaPratidin #ElectionCommission
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

-২০২৪ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ঘোষণা
-বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব এই বঁটা

#ParagKumarDas #HirenGohain #journalistaward #AsomiyaPratidin
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

অখিলেখ যাদৱৰ অভিযোগ- বিজেপিয়ে ধন আৰু জালিয়াতিৰে জিকিব বিচাৰিছে নিৰ্বাচন...

asomiyapratidin.in/lok-sabha-2024…

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

আজি দেশত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন
৯খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া
Election Commission of India

আজি দেশত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন
৯খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া
#LokSabhaElections #voting #Phase4 #AsomiyaPratidin @ECISVEEP
account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

বহিঃৰাজ্যলৈ ৰেলেৰে যাত্ৰা কৰা পথত সন্ধানহীন কচুৱাৰ মজিবুৰ ৰহমান... asomiyapratidin.in/assam/nagaon/k…

account_circle