The Assam Tribune(@assamtribuneoff) 's Twitter Profile Photo

Eminent litterateur Dr. Hiren Gohain was bestowed with the prestigious Parag Kumar Das Journalism Award on Friday at an event in Guwahati for his remarkable contributions to the news field.

account_circle
TheCrosscurrent.in(@Crosscurrent_in) 's Twitter Profile Photo

বাৰে বাৰে অশালীন শব্দৰে হীৰেন গোঁহাইক আক্ৰমণ মুখ্যমন্ত্ৰীৰ। ‘মাল’ৰ পাছত ‘বেলেগ মাল’লৈ নামিল মুখ্যমন্ত্ৰীৰ মুখৰ ভাষা। অধ্যাপককো নাকী লগোৱাৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

fb.watch/pIRLiAuZ3C/

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

বিশিষ্ট বুদ্ধিজীৱি, সমালোচক ড০ হীৰেণ গোহাঁইক চলিত বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব।

account_circle
sushanta talukdar(@sushanta_t) 's Twitter Profile Photo

, NEZINE discussion in Assamese on works of Dr Hiren Gohain. ড০ হীৰেন গোহাঁইৰ কৰ্মৰাজি । 👇এই লিংকত চাব পাৰিব
youtu.be/H9PqOCGqQPs

#worksofHirenGohain, #hirengohain NEZINE discussion in Assamese on works of Dr Hiren Gohain. ড০ হীৰেন গোহাঁইৰ কৰ্মৰাজি । 👇এই লিংকত চাব পাৰিব 
youtu.be/H9PqOCGqQPs
account_circle
Aamar Asom(@aamar_asom) 's Twitter Profile Photo

লাচিতে মুছলমান বিৰুদ্ধে যুদ্ধ কৰিছিল বুলি কব নোৱাৰি : ড৹ হীৰেন গোহাঁই
.
.

লাচিতে মুছলমান বিৰুদ্ধে যুদ্ধ কৰিছিল বুলি কব নোৱাৰি : ড৹ হীৰেন গোহাঁই
.
.
#LachitBorphukan #HirenGohain #AamarAsom
account_circle
The Good , The Bad & The Ugly .(@suja_saikia) 's Twitter Profile Photo

“There is no substance in Hiren Gohain’s writings. Dr Gohain’s writings are full of anarchy and he has never thought for the welfare of the people of Assam. The people of Assam should not pay heed to what he says.”

- Himanta Biswa Sarma.

#HirenGohain
account_circle
News18 Assam NE(@News18Northeast) 's Twitter Profile Photo

ড॰ হীৰেন গোহাঁইৰ বহু নজনা কথা। পৰাগমণি আদিত্যৰ সৈতে 'ব্যক্তি ব্যতিক্ৰম', আজি নিশা ৭.৫০ বজাত।

account_circle
News18 Assam NE(@News18Northeast) 's Twitter Profile Photo

এজন ব্যক্তি এখন বিশাল আকাশ! পৰাগমণি আদিত্যৰ সৈতে 'ব্যক্তি ব্যতিক্ৰম'ত এইবাৰৰ অতিথি ড॰ হীৰেন গোহাঁই। চাবলৈ নাপাহৰিব আজি নিশা ৭.৫০ বজাত।

account_circle
News18 Assam NE(@News18Northeast) 's Twitter Profile Photo

🛑 'হীৰেন গোহাঁই কোন হয় একছুৱেলী?' ৰাজ্যৰ কোন মন্ত্ৰীয়ে কৰিলে প্ৰশ্ন

account_circle
News18 Assam NE(@News18Northeast) 's Twitter Profile Photo

📌 সংঘাত সংগ্ৰামৰ পৰা সফলতাৰ শীৰ্ষলৈ...
📌 মেটমৰা সৃষ্টিৰ পৰা আন্দোলনৰ পথলৈ
📌 ড০ হীৰেন গোহাঁয়ে জীৱনত কি পালে কি নাপালে?
📌 পৰাগমণি আদিত্যৰ সৈতে 'ব্যক্তি ব্যতিক্ৰম'ত থাকিব বুদ্ধিজীৱি ড॰ হীৰেন গোহাঁই।

account_circle
asomiyapratidin(@pratidinasomiya) 's Twitter Profile Photo

-২০২৪ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ঘোষণা
-বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব এই বঁটা

-২০২৪ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ঘোষণা
-বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব এই বঁটা
#ParagKumarDas #HirenGohain #journalistaward #AsomiyaPratidin
account_circle
News18 Assam NE(@News18Northeast) 's Twitter Profile Photo

📌 ৰজাৰ ঘৰৰ পৰা সদায় নিলগত হীৰেন গোহাঁই
📌 সমাজক লৈ কি চিন্তা, কি দুৰ্ভাৱনা?
📌 'ব্যক্তি ব্যতিক্ৰম'ৰ অন্তিম খণ্ডত থাকিব হীৰেন গোহাঁইৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ বহু কাহিনী
📌 পৰাগমনি আদিত্যৰ সৈতে শুকুৰবাৰে নিশা ৭: ৫০বজাত
@ParagmoniAditya

account_circle